খোৱাঙৰ হালধিবাৰীত শ শ বিঘাত ৰঙালাও কলিতে শুকাইছে । গাঁঠিৰ ধন খৰচ কৰিও ৰঙালাও খেতিৰ শুকান গছবোৰলৈ চাই মূৰে-কপালে হাত দিছে কৃষকে ।