কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে নামৰূপৰ হাপজানত প্ৰধানমন্ত্ৰীৰ সভাস্থলীত যুদ্ধকালীন প্ৰস্তুতি ৷ বায়ুসেনাৰ তিনিখনকৈ বিশেষ হেলিকপ্তাৰে সভাস্থলীৰ কাষতে সাজু কৰি তোলা অস্থায়ী হেলিপেডত অৱতৰণৰ চলাইছে অনুশীলন ৷