অৱশেষত প্ৰাণ ত্যাগ কৰিলে কামপুৰৰ ৰে'ল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা হাতী পোৱালিটোৱে । কাজিৰঙাত চিকিৎসাধীন অৱস্থাতে প্ৰাণ হেৰুৱাই হাতী পোৱালিটোৱে ।