প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট । ২০৩০ চনৰ ভিতৰত কাৰ্যক্ষম কৰাৰ লক্ষ্য চৰকাৰৰ ।