ভোক, ইচ্ছা আৰু আগ্ৰহৰ এক ফল; শুকান মাংসৰ ব্যৱসায় কৰি দেশজুৰি চৰ্চিত তিনি বন্ধু
2025-12-22 17 Dailymotion
দেশৰ চুকে-কোণে সমাদৃত খোৱাঙত প্ৰস্তুত কৰা গাহৰি, হাঁহ, কুকুৰাৰ শুকান মাংস ৷ এজন সফল গাহৰি পালকৰ পৰা শুকান মাংসৰ ব্যৱসায়লৈকে তিনি অসমীয়াৰ সফলতাৰ কাহিনী ৷