বাংলাদেশৰ নৃশংস ঘটনাৰ ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিল ৰঙিয়াৰ যুৱক । প্ৰৰোচনা আৰু উদ্বেগ বিয়পোৱাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে ।