Surprise Me!

বহিৰাগতৰ বিৰুদ্ধে ক্ষোভৰ অগনি কাৰ্বিভূমিত: মন্ত্ৰী ৰণোজ পেগুৰ মধ্যস্থতাত অনশন ভংগ প্ৰতিবাদকাৰীৰ

2025-12-23 0 Dailymotion

স্বতঃস্ফূতভাৱে বন্ধ পশ্চিম কাৰ্বি আংলং । মন্ত্ৰী ৰণোজ পেগুৰে আলোচনাৰ পিছত মুখ্যমন্ত্ৰীৰে ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মত প্ৰতিবাদীসকল । মন্ত্ৰীৰ প্ৰস্থানৰ পিছতেই পুনৰ উত্তপ্ত পৰিস্থিতি ।

Buy Now on CodeCanyon