দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ আহিবৰ চেষ্টা কৰে যদিও আৰক্ষী-প্ৰশাসনে তেওঁলোকক আবদ্ধ কৰি ৰাখে ৷