অভিযোগ, প্ৰতি অভিযোগৰে গৰম হৈছে ৰাজ্যৰ নিৰ্বাচনী বতাহ । অখিল গগৈৰ অভিযোগক নস্যাৎ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই । গগৈয়ে দিলে আকৌ প্ৰত্যাহ্বান ।