অসমত বিজেপি মিত্ৰজোঁটৰ আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত দিল্লীত ৰুদ্ধদ্বাৰ বৈঠক । মিত্ৰদলৰ নেতাক গৃহমন্ত্ৰীৰ ওচৰলৈ লৈ গৈছে মুখ্যমন্ত্ৰীয়ে ।