পুৱাই অফলামুখ ঘাটত শ শ ছাগলী লৈ সাজু ব্যৱসায়ীসকল । ফেৰীৰে যোৰহাটকে ধৰি বিভিন্ন স্থানলৈ লৈ যোৱা হয় ছাগলীখিনি ।