ধেমাজিৰ লেচিয়া নৈৰ পাৰত প্ৰায় ৩০ টা মহখুঁটি আছে । ভোগালী বিহু উপলক্ষে তালৈ ম'হৰ গাখীৰ বিচাৰি প্ৰতিদিনে গ্ৰাহকৰ আগমন হৈছে ।