জুবিন অবিহনে প্ৰথমটো মাঘ বিহু ৷ জুবিন গাৰ্গৰ উপস্থিতি অবিহনে এইবাৰৰ ভোগালী যেন সকলোৰে বাবে এক উকা অনুভৱ হৈ পৰিছে !