ভোগালী উৎসৱৰ তৃতীয় দিনাও উখল-মাখল নগাঁৱৰ নেহৰুবালি । বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ ।