গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ সন্মুখত নাচিবলৈ নেপালৰ পৰাও আহিছে শিল্পী
2026-01-17 7 Dailymotion
অসমৰ লগতে নেপালৰ পৰা অহা নৃত্যশিল্পীয়েও প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে বাগুৰুম্বা ৷ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য বাগুৰুম্বা ।