অশান্ত হৈ আছে কোকৰাঝাৰ; ৰাজপথত টহল দিছে সেনাই-আতংকিত জনতাই ঢাপলি মেলিছে অস্থায়ী আশ্ৰয় শিবিৰলৈ
2026-01-21 2 Dailymotion
সোমবাৰে কাৰিগাঁৱৰ গৌৰীনগৰত হোৱা ঘটনাক কেন্দ্ৰ কৰি এতিয়াও উত্তেজনা বিৰাজ কৰিছে জিলাখনত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰেপিড একচন ফ'ৰ্চ আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ ৷