Surprise Me!

ক্ৰমাৎ সুস্থিৰ কোকৰাঝাৰৰ পৰিস্থিতি; ৫ টা শিবিৰত ১২৪০ লোকৰ আশ্ৰয়

2026-01-21 1 Dailymotion

পৰিস্থিতি শান্ত হ'লেও শিবিৰতে আছে ১২০০ৰো অধিক লোক । আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে আৰক্ষীৰ শীৰ্ষ বিষয়াই । সচিবালয়ত শান্তি সভাৰ আয়োজন ।

Buy Now on CodeCanyon