কেৱল সস্তীয়া প্ৰচাৰৰ বাবে এনৰেগা আঁচনি কংগ্ৰেছে আৰম্ভ কৰিছিল : সৰ্বানন্দ সোণোৱাল
2026-01-21 2 Dailymotion
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সকলো শ্ৰেণীৰ লোকে সামাজিক ন্যায় লাভ কৰিছে । কংগ্ৰেছ চৰকাৰে গৰিবী হটাও কেৱল প্ৰচাৰৰ মাজত সীমাবদ্ধ কৰি ৰাখিছিল । সোণোৱালৰ মন্তব্য ।