যুৱ আৰু মহিলা যথেষ্ট সংখ্যক আছে যদিও সকলোকে বিধানসভাত টিকট দিব পৰা পৰিৱেশটো এতিয়ালৈকে গঢ় লৈ উঠা নাই । ক'লে অগপৰ সভাপতি অতুল বৰাই ।