দুৰ্ঘটনাগ্ৰস্ত নাওখন এতিয়ালৈকে উদ্ধাৰ হোৱা নাই । নাওখনত শিশু-মহিলাসহ প্ৰায় ২২ জন যাত্ৰী থকা বুলি সন্দেহ কৰা হৈছে ।