১৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্রী । মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী সেতু আৰু আই আই এমৰ অস্থায়ী চৌহদ ।