প্ৰায় দুহেজাৰ কোটিৰ প্ৰকল্প উদ্বোধন-শিলান্যাসৰে দ্বিতীয় ৰাজধানীৰ পৰা নিৰ্বাচনী ৰণশিঙা বজালে অমিত শ্বাহে
2026-01-30 4 Dailymotion
কংগ্ৰেছ চৰকাৰে অসমক দিছিল গুলী, বোমা, সংঘৰ্ষ আৰু যুৱকৰ মৃত্যু । ডিব্ৰুগড়ত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা আৰু শুভাৰম্ভ কৰি এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ।