বিধানসভা নিৰ্বাচন সমাগত । ৰাজনৈতিক দলসমূহ ব্যস্ত নিৰ্বাচনী প্ৰস্তুতিত । সমানে ৰাইজেও পোৱা নোপোৱাৰ লেখ লৈছে এই সময়ত । একাংশ ভোটাৰৰ অনুভৱেৰে এই প্ৰতিবেদন ।