Surprise Me!

অগপক লাগে, বিজেপিয়ে নেৰে; বঢ়মপুৰ সমষ্টিক লৈ মিত্ৰদলৰ মাজত স্পষ্ট সংঘাত

2026-02-05 1 Dailymotion

বঢ়মপুৰ বিধানসভা সমষ্টিক লৈ মিত্ৰদল অগপ আৰু বিজেপিৰ মাজত সৃষ্টি হোৱা ভিতৰুৱা সংঘাত ক্ৰমাৎ স্পষ্ট হৈছে । অগপ-বিজেপি নেতাৰ অভিযোগ-প্ৰতি অভিযোগ ।

Buy Now on CodeCanyon