কুমাৰ ভাস্কৰ বৰ্মন সেতু সাজু : ১৪ ফেব্ৰুৱাৰীৰ পৰা স্মৃতিৰ পেৰাত আবদ্ধ হ'ব উত্তৰ গুৱাহাটীলৈ ফেৰীৰে কৰা যাত্ৰাৰ মাদকতা
2026-02-07 22 Dailymotion
নিৰ্মাণ সম্পূৰ্ণ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ । উত্তৰ গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত ।