Surprise Me!

বায়ুসেনা অসমলৈ বাৰে বাৰে আহি আছে যাতে অসমৰ পৰা নিযুক্তি বৃদ্ধি পায় : মৰাণৰ ELF পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

2026-02-13 3 Dailymotion

প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে মৰাণৰ ই এল এফত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে । বায়ুসেনাৰ বিমান অৱতৰণৰ দৃশ্য চাবলৈ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ ।

Buy Now on CodeCanyon