Surprise Me!

মাছ ব্যৱসায়ীৰ আক্ৰমণত মৃত্যু পৌৰসভাৰ চাফাই কৰ্মীৰ; উত্তাল ডিগবৈ

2026-02-13 2 Dailymotion

ডিগবৈৰ চাৰিআলি বজাৰত চাঞ্চল্যকৰ ঘটনা । মাছ চুৰিৰ অভিযোগত পৌৰসভাৰ চাফাই কৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ । নিহত চাফাই কৰ্মীৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ ।

Buy Now on CodeCanyon