মঙলদৈস্থিত দৰং বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ সংবাদমেল । গৌৰৱ গগৈৰ প্ৰসংগত সৰৱ মুখপাত্ৰগৰাকী ।