গুৱাহাটীত প্ৰিয়ংকাৰ নিৰ্বাচনী ৰণডংকা : বিজেপিৰ বিৰুদ্ধে ২০দফীয়া অভিযোগনামা
2026-02-19 2 Dailymotion
'২০২৬-অভিযোগনামা, অসমৰ ৰাইজৰ আদালতত' শীৰ্ষক নামকৰণেৰে কংগ্ৰেছে এই ২০টা অভিযোগক 'অসমৰ জনগণ বনাম হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ (২০২১—২০২৬)’ আখ্যা দিছে ৷