Surprise Me!

বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ তিনিটাকৈ গীত মুকলি; আজাৰৰ ঘটনাক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ

2026-02-28 3 Dailymotion

শনিবাৰৰ পৰা আৰম্ভ হ’ব বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ ৷ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ এদিন পূৰ্বে বিজেপি মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীয়ে মুকলি কৰে তিনিটাকৈ নিৰ্বাচনী প্ৰচাৰৰ গীত ৷

Buy Now on CodeCanyon