বাৰিষাৰ সময়ত নদীৰ প্ৰবল সোঁতে তেওঁলোকক পঢ়া-শুনাত বাধাৰ সৃষ্টি কৰে । কিন্তু তথাপিও তেওঁলোকে নিজৰ জীৱনক তুচ্ছ কৰি বিদ্যালয়লৈ যায় ।