২৭ নম্বৰ লামডিং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে মৰণফান্দ ! ১৫ বছৰ ধৰি জাতিংগাৰ পৰা বান্দৰখাল পৰ্যন্ত পথচোৱা বিধ্বস্ত অৱস্থাত আছে ৷