Surprise Me!

৮৬০ জন শ্বহীদক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ ভৃত্য হৈছে লুৰীণজ্যোতি গগৈ: পবিত্ৰ মাৰ্ঘেৰিটা

2026-03-07 0 Dailymotion

আজমল শব্দ অবিহনে কংগ্ৰেছ থাকিব নোৱাৰে । আমাক মিঞা ভোট নালাগে বুলি পোনপটীয়াকৈ কৈছোঁ, কংগ্ৰেছে পাৰিব জানো ? কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ কটাক্ষ ।

Buy Now on CodeCanyon