ৰাস্তাৰ কাষে কাষে থকা শাৰী শাৰী নাহৰ গছৰ অপৰূপ দৃশ্যই আকৰ্ষণ কৰে বহুতকে । কেতিয়া, কোনে আৰু কিয় এইবোৰ ৰোপণ কৰিছিল জানো আহক ।