ৰীমা দাসৰ দৃষ্টিত ‘মাটি’ কেৱল এক সম্পদ নহয় ৷ শেহতীয়াকৈ যোৰহাট প্ৰেছ ক্লাবৰ ‘এই মাহৰ অতিথি’ অনুষ্ঠানত অংশগ্ৰহণ কৰে তেওঁ ৷