এগৰাকী মহিলাকে ধৰি ৬ গৰাকী লোকক মুকালমুৱা আৰক্ষীয়ে আটক কৰিছে । ভুক্তভোগী মহিলাগৰাকী নলবাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ।