প্ৰাৰ্থীক জানো আহক: কংগ্ৰেছ প্ৰাৰ্থী তথা যুৱ ব্যৱসসায়ী উৎপল বণিয়াৰ ৰহাক লৈ পৰিকল্পনা কি?
2026-03-11 2 Dailymotion
মধ্য অসমৰ অন্যতম বিধানসভা সমষ্টি ৰহাত কংগ্ৰেছ দলটোৱে প্ৰক্ষেপ কৰিছে নগাঁৱৰ এগৰাকী যুৱ ব্যৱসায়ী উৎপল বণিয়াক ৷ আগন্তুক নিৰ্বাচনলৈ কিদৰে সাজু হৈছে প্ৰাৰ্থীগৰাকী, জানো আহক