অসমে স্বাস্থ্যসেৱাখণ্ডত গুজৰাট, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ দৰে বিকশিত ৰাজ্যৰ সমকক্ষৰ সফলতা লাভ কৰিছে : অমিত শ্বাহ
2026-03-15 0 Dailymotion
অসমৰ স্বাস্থ্যখণ্ডত আমোল পৰিৱৰ্তন ! ২,০৯২ কোটি ব্যয়েৰে স্বাস্থ্যখণ্ডৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷