যোৰহাট চুপাৰ স্পেছিলিয়টি হাস্পতালৰ ভাৰ্চুৱেলী শিলন্যাস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ, ৰাইজৰ সমস্যা দূৰ হ'ব...
2026-03-15 1 Dailymotion
ভাৰ্চুৱেলী যোৰহাট চুপাৰ স্পেছিলিয়টি হাস্পতালৰ শিলন্যাস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ দীৰ্ঘদিনীয়া সমস্যা অন্ত পৰাৰ দিশে উজনি অসমত ৷