যোৰহাটত ঢোলৰ যাদুকৰ গণশিল্পী মঘাই ওজাৰ ষষ্ঠদশ মৃত্যু বাৰ্ষিকী তথা মঘাই ওজা দিৱস পালন ৷ ঢুলীয়া ৰঞ্জিত গগৈক ষষ্ঠদশ বাৰ্ষিক মঘাই ওজা বঁটা প্ৰদান ৷