"আমাৰ দলৰ যিসকলে পদত্যাগ-পত্ৰ প্ৰেৰণ কৰিছে এখনো গ্ৰহণ কৰা নাই । নিৰ্বাচনত নতুন মুখৰ প্ৰাৰ্থীক গুৰুত্ব দিয়া হৈছে ।" এই মন্তব্য গৌৰৱ গগৈৰ ।