বৃহস্পতিবাৰে ডিব্ৰুগড়ত মিত্ৰতা সন্দৰ্ভত আলোচনাৰ বাবে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷