শিৱসাগৰ সমষ্টিৰ নাজিৰাত দেৱব্ৰত শইকীয়াৰ মনোনয়ন পত্ৰ দাখিল । মনোনয়ন দাখিল কৰিয়ে বিজেপিক আক্ৰমণ শইকীয়াৰ ।