প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দায়িত্বশীল বিষয়া বিপুল গগৈ টিংখাঙৰ কংগ্ৰেছ প্ৰাৰ্থী । টিংখাং সমষ্টিক কংগ্ৰেছৰ দখললৈ আনিবলৈ সংকল্প লৈছে বিপুল গগৈয়ে ।