Surprise Me!

এনপিপি প্ৰাৰ্থী ডেনিয়েল লাংথাচাৰ মনোনয়ন দাখিল

2026-03-20 0 Dailymotion

সহস্ৰাধিক দলীয় সমৰ্থক লৈ মনোনয়ন দাখিল কৰে হাফলং সমষ্টিৰ নেচনেল পিপলচ পাৰ্টীৰ প্ৰাৰ্থী ডেনিয়েল লাংথাচাই । সংগ দিলে পাৰ্টীৰ কেন্দ্ৰীয় উপ-সভাপতি জেমস চাংমাই ।

Buy Now on CodeCanyon