Surprise Me!

অসম বিধানসভা নিৰ্বাচন ২০২৬ঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰহাত উন্নয়ন সাধনৰ সংকল্প শশী কান্ত দাসৰ

2026-03-21 3 Dailymotion

বিগত পাঁচটা বছৰে অসম বিধানসভাত এজন চৰ্চিত বিধায়ক আছিল শশী কান্ত দাস । এইবাৰ বিজেপি চৰকাৰে ৰহাৰ পৰা প্ৰক্ষেপ কৰিছে দাসক ৷

Buy Now on CodeCanyon