প্ৰাৰ্থীক জানো আহক: ঐতিহাসিক নাওবৈচা সমষ্টিক লৈ কংগ্ৰেছ প্ৰাৰ্থী জয় প্ৰকাশ দাসৰ পৰিকল্পনা কি ?
2026-03-23 2 Dailymotion
১৯৬৭ চনত নাওবৈচা সমষ্টিত নিৰ্দলীয় হিচাপে ড৹ ভূপেন হাজৰিকা জয়ী হৈছিল । ঐতিহাসিক সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে জয় প্ৰকাশ দাসে ।