জনজাতিৰ ভূমি আদানি-আম্বানীক গতাই দিয়া কাৰ্যৰ বিৰোধিতাৰ বাবে বিজেপিয়ে টিকট কাটিলে নন্দিতাৰ : গৌৰৱ গগৈ
2026-03-23 2 Dailymotion
নামঘৰ, মছজিদত সেৱা লৈ সোমবাৰে যোৰহাট সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে গৌৰৱ গগৈয়ে ৷ মনোনয়ন দাখিলৰ পূৰ্বে পিতৃৰ ফটোত সেৱা গৌৰৱৰ ৷