বৰপেটা জিলাৰ চাৰিটা সমষ্টিৰ বাবে ২৫ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন ৷ শ্বেৰমান, আব্দুল, জাকিৰৰ মনোনয়ন দাখিল ৷