চামগুৰিত কংগ্ৰেছৰ তৃণমূল পৰ্যায়ত বিদ্ৰোহ ৷ প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি যোগ দিলে এ আই ইউ ডি এফত ৷